Results

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০১৮ ৰ ফলাফল:

২ ডিষ্টিংচন ঃ ৬ গৰাকী = ষ্টাৰঃ ২৩ গৰাকী

কলা শাখা ঃ

মুঠ অৱতীৰ্ণ -১৮০ গৰাকী মুঠ উত্তীর্ণ – ১৮০ গৰাকী, উত্তীৰ্ণৰ হাৰ -১০০% প্রথম বিভাগত -৯০ গৰাকী, দ্বিতীয় বিভাগত -৭৯ গৰাকী, তৃতীয় বিভাগত -১১ গৰাকী

বাণিজ্য শাখা ঃ

মুঠ অৱতীৰ্ণ -১৫ গৰাকী, মুঠ উত্তীর্ণ – ১৫ গৰাকী । উত্তীর্ণৰ হাৰ -১০০% দ্বিতীয় বিভাগত -১৫ গৰাকী

মুঠ লেটাৰ ঃ ১৮১ ইংৰাজী -৪, অসমীয়া -৫৪, বিকল্প ইংৰাজী -২, নৃতত্ব – ৬৮, অর্থনীতি – ২৪, শিক্ষা – ১১, তর্ক বিজ্ঞান -৫, ৰাজনীতি বিজ্ঞান – ১৩


উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত, ২০১৭ ৰ ফলাফল: 

 

আমাৰ গৌৰব –

কলা শাখাত পঞ্চম স্থান প্রাপ্ত ছাত্রী : হেনাশ্রী মেধী 

(শিক্ষা বিষয়ত অসমৰ ভিতৰত সর্বোচ্ছ নম্বৰ ৯৮ শতাংশ লাভ কৰে হেনশ্রী মেধীয়ে )

কলা শাখা ঃ

ডিষ্টিংচন – ৮ গৰাকী,  ষ্টাৰ -১৬ গৰাকী,

মুঠ অৱতীৰ্ণ – ৯৩ গৰাকী, মুঠ উত্তীর্ণ – ৯৩ গৰাকী উত্তীৰ্ণৰ হাৰ -১০০%

প্রথম বিভাগত – ৫৬ গৰাকী দ্বিতীয় বিভাগত -৩১ গৰাকী তৃতীয় বিভাগত – ৬ গৰাকী ।

 

বাণিজ্য শাখা ঃ

মুঠ অৱতীণ – ৮ গৰাকী মুঠ উত্তীর্ণ – ৮ গৰাকী উত্তীর্ণৰ হাৰ -১০০%।

-১ গৰাকী দ্বিতীয় বিভাগত -৬ গৰাকী তৃতীয় -১ গৰাকী। |


 

আম্বেদকাৰ একাডেমি, বৰপেটা ও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০১৬ ৰ ফলাফল।

কলা শাখা ঃ

ডিষ্টিংচন -৪ গৰাকী ষ্টাৰ – ১৮ গৰাকী

মুঠ অৱতীর্ণ। – ৭৪ গৰাকী

মুঠ উত্তীর্ণ- ৭২ গৰাকী,  উত্তীৰ্ণৰ হাৰ – db%  প্রথম বিভাগত। – ৪৬ গৰাকী দ্বিতীয় বিভাগত । – ২৪ গৰাকী

তৃতীয় বিভাগত – ২ গৰাকী

বাণিজ্য শাখা ঃ

মুঠ অৱতীৰ্ণ । – ৩ গৰাকী

মুঠ উত্তীর্ণ – ৩ গৰাকী

উত্তীৰ্ণৰ হাৰ – ১oo % .

প্রথম। – ৩ গৰাকী। |

মুঠ লেটাৰ (১১৬) ও ইংৰাজী – ৬, অসমীয়া – ২৩, বিকল্প ইংৰাজী – ২, নৃতত্ব – ৪৯, শিক্ষা – ৭, ৰাজনীতি বিজ্ঞান – ৫,৫ ও অর্থনীতি – ১৬, তর্কশাস্ত্র -৫, ঐচ্ছিক অসমীয়া -১, বেংকিং – ২।