Others

উদগণিমূলক ব্যৱস্থাঃ

১। আম্বেদকাৰ একাডেমিত প্ৰথম বৰ্ষত নামভৰ্তিকৰা যিসকল ছাত্র-ছাত্রীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত

৭৫% বা ততােধিক নম্বৰ লাভ কৰিছে তেওঁলােকক একাডেমি কর্তৃপক্ষৰ পৰা ২,৫০০ টকাৰ মেধাবৃত্তি প্রদান কৰা হ’ব আৰু যিসকল ছাত্র-ছাত্রীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ % বা ততােধিক নম্বৰ লাভ কৰিছে তেওঁলােকক একাডেমি কর্তৃপক্ষৰ পৰা ৫,০০০ টকাৰ বি: মেধাবৃত্তি প্রদান কৰা হ’ব আৰু ৯০% বা ততােধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে সম্প

মাহিলি মাচুল ৰেহাই পাব।

২। আর্থিকভাৱে দুর্বল অথচ মেধাসম্পন্ন ছাত্র-ছাত্ৰীক বিশেষ সুবিধা প্রদান কৰা হ’ব।

শৈক্ষিক আৰু অন্যান্য দিশত বিশেষ পাৰদৰ্শিতা আৰু কৃতিত্ব দেখুওৱা ছাত্র-ছাত্রী আৰু প্ৰ বিশেষ বঁটা প্ৰদান আৰু সম্বৰ্ধনা জনােৱাৰ ব্যৱস্থা কৰা হ’ব।।