Id Card

আম্বেদকাৰ একাডেমিত নামভৰ্তিকৰণৰ পিছতেই প্রত্যেক ছাত্র-ছাত্ৰীক একাডেমিৰ পৰিচয় পত্র (Identity Card) প্ৰদান কৰা হ’ব। একাডেমিৰ লগত জড়িত সকলাে কার্যক্রমতে এই পৰিচয় পত্র। পৰিধান কৰিব লাগিব। কোনাে ছাত্র-ছাত্রীৰ পৰিচয় পত্র হেৰালে লগে লগে আবেদনৰ জৰিয়তে নিৰ্ধাৰিত মাচুল জমা দি প্রতিলিপি | নকল (Duplicate) পৰিচয় পত্র সংগ্রহ কৰিব লাগিব।