Fees

মাচুল ঃ
১। ২০১৮-১৯ শিক্ষাবর্ষৰ বাবে উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য শাখাত নামভৰ্তিকৰণৰ
মাচুল ঃ ৫০০০/- (পাঁচ হাজাৰ) টকা মাত্র (পৰীক্ষা, পুথিভঁৰাল, ছাত্ৰ একতা সভা, পৰিচয়-পত্র, আলােচনী, সহঃ পাঠ্যক্রমিক কার্য, ক্রীড়া, বিজুলী, আলােচনা চক্র, উন্নয়ন,
ছাত্র কল্যাণ, ইত্যাদি বিভিন্ন মাচুল সহ)।
২। মাহিলি মাচুল কলা আৰু বাণিজ্য শাখাৰ বাবে প্রতিমাহে ঃ ৭০০/- (সাতশ) টকা মাত্র। ৩। নৃতত্ব বিষয়ৰ পৰীক্ষাগাৰ মাচুল ঃ ২০০/- (দুইশ) টকা মাত্র।
(দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে)।
* বিঃ দ্রঃ নামভৰ্তিকৰণৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে কমেও ৩ (তিনি) মাহৰ মাহিলি মাচুল। একেলগে জমা দিব লাগিব।