ইয়াত উপলব্ধ সুবিধাসমূহ ঃ
- অভিজ্ঞ আৰু সফল শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান।
- পুথিভঁড়ালৰ ব্যৱস্থা।
- ছাত্রাবাস আৰু ছাত্রীনিবাসৰ সুকীয়াকৈ ব্যৱস্থা।
- মেধাসম্পন্ন দুখীয়া ছাত্র-ছাত্রীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থাৰ লগতে বিনামূলীয়াকৈ পাঠ্যপুথিৰ যােগান।
- ৭০% বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক ২০০০/- টকাৰ বৃত্তি প্রদান।
- ৮০ % বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক ৪০০০/- টকাৰ বৃত্তি প্রদান।
- ৯০ % বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলৰ সম্পূর্ণ মাহিলি মাচুল ৰেহাইৰ ব্যৱস্থা।।