Facilities

ইয়াত উপলব্ধ সুবিধাসমূহ ঃ


  •  অভিজ্ঞ আৰু সফল শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান।
  •  পুথিভঁড়ালৰ ব্যৱস্থা।
  •  ছাত্রাবাস আৰু ছাত্রীনিবাসৰ সুকীয়াকৈ ব্যৱস্থা। 
  • মেধাসম্পন্ন দুখীয়া ছাত্র-ছাত্রীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থাৰ লগতে বিনামূলীয়াকৈ পাঠ্যপুথিৰ যােগান।
  • ৭৫% বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক ২৫০০/- টকাৰ বৃত্তি প্রদান।
  • ৮৫ % বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক ৫০০০/- টকাৰ বৃত্তি প্রদান।
  • ৯০ % বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলৰ সম্পূর্ণ মাহিলি মাচুল ৰেহাইৰ ব্যৱস্থা।।