মহাবিদ্যালয় সংগীত
-তাল -কাহাৰা
শ্রীহীৰকজ্যোতি দাস
মন্দিৰৰ সমান যিখনি অনুষ্ঠান ।
যাৰ নাম আম্বেদকাৰ কিমানক দিলে উজ্জ্বল ভৱিষ্যত
অভাৱনীয় সম্মান।
আম্বেদকাৰ একাডেমি। আমাৰ কলেজ এই আম্বেদকাৰ
আম্বেদকাৰ একাডেমি
নি সাগা – , সা গা মা – , গা মা পা -, মাপানি -, পানিসা —–
সানি – পা, মা পা, গা মা, পা মা গা ৰে, সা —
আম্বেদকাৰ তুমি আমাৰ জীৱনৰ সূর্য শিখা )
আমাৰ জীৱনৰ জ্যোতিৰ ৰেখা আনিব পাৰাে যাতে এই স্বৰ্গলৈ।
কৃতিত্বৰ সুনাম আম্বেদকাৰ একাডেমি।
আমাৰ কলেজ এই আম্বেদকাৰ
আম্বেদকাৰ একাডেমি সাঁ —–,
গাঁ ৰে সাঁ —–,
গাঁ ৰে নি —–,
পা নি সা – আম্বেদকাৰ তুমি উদ্দীপ্ত সুৰুজৰ ৰঙীণ আভা ।
পােহৰ বিলােৱা মমৰ শিখা সপােনৰ শয্যাৰ পৰা উঠি মানুহে গায় জীৱনৰ গান ।
তােমাক কৰাে শত প্রণাম মহান কলেজ এই আম্বেদকাৰ
আম্বেদকাৰ একাডেমি
—–
কথা আৰু সুৰ : হীৰকজ্যোতি দাস প্রাক্তন ছাত্র, আম্বেদকাৰ একাডেমি, বৰপেটা
-Ambedkar Academy, Barpeta