About Us
আমাৰ দেশৰ সংবিধান প্রণেতা ড° ভীমৰাও আম্বেদকাৰ দেৱৰ আদৰ্শৰে অনুপ্রাণিত হৈবৃহত্তৰ বৰপেটাৰ সমাজ জীৱনত নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ গঢ় লৈ উঠিছে Destiny Welfare Society, Bapetaনামৰ এটি স্বেচ্ছাসেৱী সংস্থা— যাৰ মুখ্য উদ্দেশ্য হৈছেগুণগত শিক্ষাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰা। এই উদ্দেশ্যকে ফলৱতী কৰিবলৈ নৱপ্ৰজন্মৰ যুৱ সমাজক, বিশেষকৈ উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক আৰু চাৰিত্ৰিক দিশৰ উৎকর্ষ সাধনৰ পূৰ্ণ প্ৰয়াসৰ প্ৰতিশ্ৰুতিৰে গঢ়ি তােলা হৈছেআম্বেদকাৰ একাডেমি
Read MoreAims & Objectives
বৈষ্ণৱ আন্দোলনৰ হােতা তথা অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াল টনকিয়াল কৰি থৈ যােৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰনগৰীবৰপেটাই অসমীয়া জাতীয় জীৱনত এক সুকীয়া ঐতিহ্য বহণ কৰি আহিছে। শিক্ষা-সাহিত্য-সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনত জিলা সদৰ হিচাপে বৰপেটা শিক্ষা বিপ্লৱৰ বহুত পিছপৰি আছে .ব্যক্তিগত খণ্ডত কিছু সংখ্যক শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে যদিও জিলা সদৰ হিচাপে ছাত্র সমাজ তথা অভিভাৱক সমাজৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি ক’ব নােৱাৰি। এই ক্ষেত্ৰত আৰু অধিক শিক্ষানুষ্ঠান ..
Read MoreAdmission
নামভৰ্তিকৰণ প্রক্রিয়া : ১। আম্বেদকাৰ একাডেমি কর্তৃপক্ষই জাৰি কৰা জাননীত উল্লেখ কৰা দিন অনুযায়ী ছাত্র-ছাত্রীৰ।নামভৰ্তিকৰণ প্রক্রিয়া অনুষ্ঠিত হ’ব। নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নির্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন কৰিব লাগিব। আবেদন প্ৰ-পত্ৰৰ লগত উত্তীর্ণ হােৱা পৰীক্ষাৰ মূল নম্বৰ তালিকা, প্রৱেশ-পত্র, এৰি অহা শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে দিয়া প্রমাণ-পত্ৰ সমূহৰ ফটোকপি (Xerox Copy) আৰু পাছপাের্ট আকাৰৰ শেহতীয়া ফটো এক কপি আঁথি দিব লাগিব।নামভৰ্ত্তি মেধাৰ ভিত্তিত হ’ব।......
Get Detailsআমাৰ গৌৰব
Principal's Desk
জাতিবিহীন , শ্রেনীবিহীন সমাজ প্রতিষ্ঠা তথা দুখীয়া আৰু নির্যাতিত লোকসকলৰ মঙ্গলার্থে কর্মত ব্রতী হোৱা ভাৰতৰ মহান ব্যক্তি ড ভীমৰাও আম্বেদকাৰৰ নামেৰে নামাঙ্কিত তথা Destiny Welfare Society ৰ এচাম উদ্যমী সদস্যৰ সুস্থ চিন্তাৰ সবল ফলশ্রুতি আম্বেদকাৰ একাডেমী এয়া ৫ম বছৰ। কোৱা বাহুল্য যে মহাবিদ্যালয় কর্তৃপক্ষ শিক্ষক-শিক্ষয়িত্ৰী আৰুঅভিভাৱকৰ সমন্বয়েৰে ছাত্রছাত্রীসকলক দিয়া শৈক্ষিক বাতাবৰণ আমাৰ অনুষ্ঠানৰ উৰ্বৰ ক্ষেত্ৰ।কলা আৰুবাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাবে সাজু কৰাৰ লগতে সময়ােপযােগী অধ্যয়ন আৰু এচাম উৎসর্গীকৃত মনােভাবাপন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষা প্রদান ...Read More
Academy Banner
Facilities
আমাৰ ইয়াত উপলব্দ সুবিধাসূমহ :
- অভিজ্ঞ আৰু সফল শিক্ষক - শিক্ষয়িত্রীৰ দ্বাৰা পাঠদান।
- পুথিভঁৰালৰ ব্যৱস্থা।
- মেধাসম্পন্ন দুখীয়া ছাত্র-ছাত্রীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থাৰ লগতে বিনামূলীয়াকৈ পাঠ্যপুথিৰ যােগান।
- ৭৫% বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক ২৫০০/- টকাৰ বৃত্তি প্রদান।
- ৮৫ % বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক ৫০০০/- টকাৰ বৃত্তি প্রদান।
- ৯০ % বা ততােধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলৰ সম্পূর্ণ মাহিলি মাচুল ৰেহাইৰ ব্যৱস্থা।
- আম্বেদকাৰ একাডেমিত প্ৰথম বৰ্ষত নামভৰ্তিকৰা যিসকল ছাত্র-ছাত্রীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততােধিক নম্বৰ লাভ কৰিছে তেওঁলােকক ...Read More